At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 22 January 2013

হস্পিটেলত নগেনৰ গানা...

হস্পিটেলত নগেনৰ গানা...

হাৰ্ট এটেক বুলি সন্দেহ কৰি নগেনক হস্পিটেলত ভৰ্ত্তি কৰোৱা হ'ল৷

অলপ পাছত চালে চকুতলগা নাৰ্চ এগৰাকী ওচৰলৈ আহিল৷ নগেনে দেখি গম পালে, মালায়ালী বুলি৷ ভাৰতৰ ৯০% নাৰ্চ সেইখন ৰাজ্যৰ পৰাই আহে৷ 

নাৰ্চ গৰাকী ওচৰলৈ আহি ক'লে,
"গানা নেই গানেকা৷" 

...........

-----------
হস্পিটেলৰ গান নামে মোৰ গ্ৰন্থ এখন প্ৰকাশ কৰিলো এই ঘটনাটোকে মূল ঘটনা হিচাবে লৈ।

3 comments: