At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Showing posts with label Childhood. Show all posts
Showing posts with label Childhood. Show all posts

Tuesday, 6 November 2012

Theory and Practice..



I have never been an athlete. I cannot even think of running a marathon. I have nothing to show as achievement in sports related activities, although I keep lots of interest in them.

I have always encouraged my sons to take part in all sports activities. They have not achieved anything great till now. But, in the process I have learnt a lesson or two from them.

One fine morning, my elder son approached me for permission to join the open marathon to be held in their school that day. It was to be a seven kilometer run open to all students. My son was about eleven or twelve years old at that time, not an ideal age to take part in such type of events as told by an expert to me later. My son was eager, so I gave him the permission to join the race.

I was not qualified to give my son any advice since I had never taken part in marathon race myself. But, as a father I had to encourage my son and give some tips based on whatever little knowledge I had about the event.


Behaving like an experienced athlete, I told him, “Just enjoy the run. Take it easy. After running for about 100 meters you’ll have a strong urge to stop since you’ll start getting tired. But do not stop. Once you stop, you may not be able to run again. Just keep going and going.” 

My son nodded and left for school.

He returned from school in the afternoon very much excited. Before I could ask anything, he declared, “Daddy, I secured fifth position in the marathon and I’ll get some award for that.” 
I was surprised. 
He continued to narrate his experience, 
“Almost the whole school participated in the run. Initially most of them were leading, but after sometime, many of them stopped and started getting into the bus that had been following us. I kept on running, remembering your advice not to stop. I started overtaking others and after sometime I found myself almost alone on the road. After taking a turn suddenly I saw our school building looking at me. When I entered the school compound students and teachers started cheering and clapping for me. Some one of them was shouting, Fifth, Fifth.. Arpit is Fifth…”

My son put into practice my theoretical knowledge however limited it may be. The mental strength he  had shown by not stopping halfway made him successful.  

In the process, he taught me a valuable lesson too.

Saturday, 27 October 2012

মোৰ প্ৰথম ফোন কল

১৯৬৮ চনৰ কথা৷ বছৰৰ আৰম্ভণিতে দেউতা শ্বিলঙলৈ বদলি হোৱাত আমি তিতাবৰৰ পৰা শ্বিলং পাওঁগৈ৷ তেতিয়া মেঘালয় গঠন হোৱা নাছিল৷ শ্বিলং অসমৰ ৰাজধানী হৈ আছিল৷ নতুন ঠাই, নতুন পৰিবেশৰ লগত খাপ খাই পৰিলো সোণকালেই৷

নিউ কেন্সেস্ট্ৰেচৰ শঙ্কৰদেৱ বিদ্যাপীঠৰ তৃতীয়শ্ৰেণীত মোক নাম লিখাই দিয়া হ'ল৷ মোক লৈ মুঠতে ১৬ জন ল'ৰা-ছোৱালী৷ পাঁচ জন ল'ৰা, বাকী কেইগৰাকী ছোৱালী৷ চাৰিখন বেঞ্চত চাৰিজনকৈ বহিব লাগে৷ বাণী, অপূৰ্ব, হেমেন আৰু মই একেলগে এখন বেঞ্চত বহোঁ, বাকীজন ল'ৰা , ছোৱালীৰ লগত বহে৷ স্বাভাবিকতে আমাৰ চাৰিজনীয়া গোটটোৰ মাজত যথেষ্ট ঘনিষ্ঠতা৷

বাণী আৰু অপূৰ্বৰ দেউতাকে চৰকাৰী অফিচত কাম কৰে, হেমেনৰ দেউতাক কিন্ত বৰ ডাঙৰ মানুহ৷ অসম চৰকাৰৰ এজন মন্ত্ৰী৷ তেখেতসকলৰ বাসস্থান স্কুলৰ পৰা বেছি দুৰ নহয়৷

বাণী আৰু অপূৰ্বৰ ঘৰলৈ প্ৰায়েই গৈছিলো পানীখোৱা ছুটীৰ সময়ত, হেমেনৰ ঘৰলৈ যাবলৈহে সুযোগ বিচাৰি আছিলো৷ মন্ত্ৰীৰ ঘৰ বা কেনেকুৱা হয়, চাবৰ বৰকৈ মন গৈছিল৷

এদিন সুযোগ মিলিল৷ হেমেনেই কিবা কামত মোক ঘৰলৈ মাতিলে৷ মইও সোণালী সুযোগ পালো৷ ছুটীৰ পাছত পোনে পোনে হেমেনৰ ঘৰ পালোগৈ৷ প্ৰকান্ড চোহদটোত সোমাই ক্ষন্তেক থৰ লাগি ৰ'লো৷ হেমেনে গোটেই ঘৰটো দেখুৱালে৷ হেপাহ পলুৱাই চালো৷ হঠাতে চকু গ'ল এচুকত থকা টেলিফোনটোলৈ৷

"তোমালোকৰ ঘৰত টেলিফোন আছে? তুমি টেলিফোন কৰিব জানানে? ", মই আগ্ৰহেৰে সুধিলো৷
"জানোতো৷ তোমালোকৰ ঘৰত নাই নেকি?", সি সুধিলে৷
"নাই, দেউতাৰ অফিচতহে আছে৷ মই টেলিফোন কৰি পোৱা নাই আজিলৈকে৷" অলপ আক্ষেপভৰা সুৰেৰে মই ক'লো৷
"ঠিক আছে৷ মই আজি তোমাক ফোন কৰিম, তুমি দেউতাৰ অফিচত গৈ ৰৈ থাকিবা অলপ পাছত৷" হেমেনে সহানুভূতি দেখুৱাই ক'লে৷
"পিছে, দেউতাৰ নম্বৰটোবা কি?" মই অলপ চিন্তা কৰি ক'লো৷
"মই উলিয়াই ল'ব পাৰিম৷ তুমি সোনকালে গৈ ৰৈ থাকাগৈ৷" হেমেনে আশ্বাস দি ক'লে৷

মই প্ৰায় লৰ ধৰিলো দেউতাৰ অফিচলৈ৷ দেউতাৰ অফিচটো স্কুলৰ পৰা আমাৰ ঘৰলৈ যোৱা বাটতে পৰে৷ বিশ মিনিট মান পাছত দেউতাৰ অফিচ পালো ৷ অফিচ পাই দেউতাক দেখা দিলো৷ তাৰ পাছত দুৱাৰ মুখত চুচুক চামাক কৈ ৰৈ থাকিলো৷ দেউতা নিজৰ কামত ব্যস্ত হৈ পৰিল৷

মোৰ সময় নাযায়হে নাযায়৷ ফোনটোও নাবাজেহে নাবাজে৷ তেনেদৰে প্ৰায় আধাঘন্টামান পাৰ হ'ল৷ মাজতে দেউতাই মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ মই অলপ ভয়ে ভয়ে বেলেগ ফালে চাই পঠিয়ালো৷ ভাবিলো, হেমেনে কিজানি নম্বৰটো বিচাৰি নাপালে৷ নহলে কিজানি পাহৰি গ'ল৷হতাশ হৈ পৰিব ধৰিলো৷

তেনেতে দেউতাৰ ফোনটো বাজি উঠিল৷ দেউতাই ৰিচিভাৰটো তুলি ল'লে৷ মই দুৰৈৰ পৰাই কাণ পাতি ৰ'লো৷ কিবা অলপ কথাৰ আদান-প্ৰদান হ'ল৷ তাৰপাছত দেউতাই মাত দিলে,
"অ' সোনকন (মোৰ ঘৰত মতা নাম), তোৰ ফোন৷"
মই ধুমুহাৰ দৰে কোঠাত প্ৰবেশ কৰি ৰিচিভাৰটো দেউতাৰ হাতৰ পৰা লৈ কাণখন লগাই ৰৈ থাকিলো৷ দেউতাই মোৰ ফালে চাই ক'লে, "হেল্লো বুলি ক আকৌ৷"
মই লাহেকৈ ক'লো, "হেল্লো"৷
সিফালৰ পৰা মাত এটা ভাহি আহিল৷
"হেমেন, অ' হেমেন৷" হেমেনৰ মাকে হেমেনক চিঞৰি চিঞৰি মাতিছে বুলি বুজিলো৷

হেমেন আহিল৷ ফোনটো ল'লে আৰু তপৰাই ক'লে.
"অ' মাখন, তুমি যে ফোন কৰিবলৈ কৈছিলা , কৰিলো৷" সেইখিনিকে কৈ মই কিবা কোৱাৰ আগতেই  হেমেনে ফোনটো থৈ দিলে৷মইও ফোনটো যথাস্থানত থৈ দেউতাক হেমেনৰ পৰিচয় দিলো৷

মনটো আনন্দতে উথলি উঠিল৷ যেন পৃথিবীহে জয় কৰিলো, এনেকুৱা লাগিল৷

দিন পাৰ হ'ল৷ সেই বছৰৰে ডিচেম্বৰ মাহৰ ৮ তাৰিখে দেউতাৰ আকস্মিক মৃত্যু হোৱাৰ পাছত আমিও শ্বিলং এৰি থৈ বৰপেটা পালোহি৷

হেমেনৰ লগত আৰু মুখা-মুখি হোৱাৰ সুযোগ মিলা নাই৷ ক'ত, কেনেদৰে আছে নাজানো৷ এতিয়া হাতে হাতে মোবাইল ফোন হ'ল৷ হঠাতে মোবাইলত যদি হেমেনৰ পৰা ফোন এটা পালোহেতেন, কিমান যে ভাল লাগিলহেতেন!!!!


Friday, 26 October 2012

पापा सा बन जाऊँगा


सभी मुझे तब प्यार करेंगे, जब अच्छा बन जाऊंगा
जल्दी-जल्दी पढ़ लिख मैं भी, पापा सा बन जाऊंगा

दीदी मेरी प्यारी-प्यारी, पढ़ने में आगे-आगे
कक्षा में अब्बल आती है, जल्दी से सोये जागे
आलस नहीं जरा भी उसमें, कार्य रोज का रोज करें
माने कहना सदा बड़ों का, देर न कर फौरन भागे
दीदी सी फुर्ती अपना कर, सुखद भविष्य बनाऊंगा

दादा उंगली पकर पास के, पार्क रोज  ले जाते हैं
दादा-मैं दोनो मस्ती में, छिपम-छेपाई करते हैं
गीत सुनाते हैं दादा जब, मैं झूमा करता हूँ
वही पार्क में दोस्त मेरे भी, मस्ती से भर जाते हैं
होकर बड़ा एक दिन मैं भी, कविता गीत सुनाऊँगा

मैं दादीका कचरा-बचरा, माँ की आँखों का तारा
लाड़ सभी करते, अंकल-आन्टी का हूँ प्यारा-प्यारा
बुआ के दिल की ध ड़कन, घोड़ा मेरा बन जाती हैं
मेरे घर के सब कहते हैं, मैं हूँ घर का उजियारा
टीचर कहती अच्छे अंकों से ही, अच्छा बन पाऊँगा

अब छूट्टी लग गई हमारी, नाना के घर जायेंगे
नाना-नानी , मामा-मामी, जगह-जगह ले जायेंगे
तरह-तरह का मन पसन्द, खाना पीना तो होगा ही
खेल-खेल, आवा-जाही में खुशियों से भर जायेंगे
दादा-दादी के आदर्शों पर चल, बड़ा कहाऊँगा

A poem by Janakavi Dr Raghunath Misra of Kota, Rajasthan







Wednesday, 17 October 2012

The scar remains..

We are five brothers. I, with a big head and a nose of huge size was always considered to be ugly among them by one and all.  Many of our relatives used to openly comment on my ugly features, especially on the shape of my nose.  One old lady used to say that my nose was so big that three pairs of cows would go inside it, She used to call me courtyard-nosed, meaning, my nose was as flat and big as a courtyard.

I always felt humiliated and neglected. Used to feel lonely and worthless. I hated my face, was afraid to look at the mirror and always hesitated to laugh fearing that I would look even uglier if I laughed. I developed some kind of inferiority complex and always avoided meeting others. As a result, I was friendless, a loner.

Things changed after I married, became a father and started feeling wanted and adored by at least three souls of this world. My faith in God also helped me to realize that I am also one of His creations and in His eyes I am equally important and handsome.

I can now laugh openly never caring how I look while laughing.

And ironically my friends in facebook like my profile picture, a laughing me.

But when I remember my childhood, the bitter memory still disturbs me. The scar refuses to go away.
When will we learn to avoid giving weightage to beauty which is only skin deep? Probably, never.