At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 5 October 2012

প্ৰথম খোজ..

ব্লগনো কেনেকৈ লিখে বহুদিন ধৰি চিন্তা কৰি আছিলো৷ নতুন প্ৰজন্মৰ স'তে খোজ মিলাবৰ মন কৰি এই অধমেও ব্লগ নামৰ জিনিচটোৰ মাজত সোমাই পৰিব বিচাৰিলো৷ কোনোবাই পঢ়িবনে নপঢ়ে কব নোৱাৰো৷কোনোবাই মন্তব্য এষাৰ দিলে নোবেল পুৰস্কাৰ পোৱাৰ নিচিনা লাগিব কিজানি৷

9 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. Sir I am Pratibhu's wife Mayurakshee
    and its a great honour for both of us

    Thank you

    ReplyDelete
    Replies
    1. ধন্যবাদ৷ এতিয়া কিবা কিবি লিখিব লাগিব৷

      Delete
  3. actually the fist comment was also posted by me.
    but pratibhu's blog was logged in
    therefore the comment was posted as Pratbhu's
    seikarone delete kori dilu

    ReplyDelete
  4. চাৰ বৰ সুন্দৰ হৈছে ৷
    There is a gadget called Followers.
    Please add that gadget by going to
    design -> layout -> gadget.

    ReplyDelete
  5. ধন্যবাদ.. নতুন সোৱাদ ..গেজেটটো লগাই আছো..

    ReplyDelete
  6. চাৰ, অভিনন্দন। লিখক লিখক, আমি ৰৈ আছো।

    ReplyDelete
  7. ধন্যবাদ অভিজিত,

    ReplyDelete
  8. অভিন্দন | ছাৰ মই আপোনাৰ নামতো আগতে কৰবাত শুনিছো শুনিছো লাগিছে | আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল দেখি ৰিকুৱেস্ত নপথায় নোৱাৰিলো | অভিজ্ঞতাৰ সঁফুৰা পঢ়ি ভাল লাগিছে |

    ReplyDelete