At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

মোৰ পৃষ্ঠাসমূহ.. এবাৰ ভুমুকি মাৰক

ইতিমধ্যেই মোৰ ব্লগত প্ৰকাশিত লেখাসমূহ বিশেষভাৱে শ্ৰেণীৱদ্ধ কৰি কেইটামান পৃষ্ঠা সজাইছোঁ৷  পুৰণি ব্লগসমূহ বিচাৰি বিচাৰি পঢ়িবলৈ নিশ্চয় অসুবিধা হয়৷ সেয়েহে এই পৃষ্ঠাসমূহৰ যোগেৰে সেইবোৰ পঢ়ুৱৈ সকললৈ আগবঢ়াই দিলোঁ৷

১) মন মোৰ উৰি যায়.......মোৰ সোঁৱৰণি, বিভিন্ন সময়ত, বিভিন্ন ঠাইত হোৱা মোৰ অভিজ্ঞতা.. যিবোৰ এতিয়াও মনত পৰে..

https://sites.google.com/site/manamorauraiyaya/home

২) ৰামধেনু.......... মোৰ অনূদিত কবিতাৰ সংকলন, কবিতা ভালপোৱা সকলৰ বাবে৷ বিশেষকৈ হিন্দী কবিতাৰ অনুবাদ কৰি আহিছো যোৱা কিছুদিনৰ পৰা..

https://sites.google.com/site/raamadhenu/

৩) সৰু সৰু কথা..... দৈনন্দিন জীৱনত সঘনে ঘটি থকা কিছুমান ঘটনাৰ আলমত লিখা মোৰ অণুগল্পৰ সংকলন৷ লগতে অনূদিত অণুগল্প কিছুমানো সন্নিৱিষ্ট কৰা হৈছে..

https://sites.google.com/site/sarausaraukatha/

4 comments:

  1. Blog eta khulibole ki karibo lagibo

    ReplyDelete
  2. Blog khula besi taan nohoy. Google account thakile,
    blogger.com ololi goi tate create blog buli option tut click korile blog khulibo pari..
    Kintu khuti nati bilak xikiboloi alop time lagibo..
    Miu nije nije he sesta kori kori xikilu,,
    Best wishes,
    I may be contacted at dasmakhanlal@gmail.com

    ReplyDelete