অপ্ৰিয় সত্য..
==========
দেউতাকে যদি কয়, " পঢ়া-শুুনা কৰি জীবনত কিবা এটা হৈ দেখুউৱা" তেতিয়া বেয়া পায়, পিছে একেখিনি কথা যদি প্ৰেয়সীয়ে কয়, তেতিয়া কোৱা হয়, প্ৰেয়সীয়ে ভালৰ বাবে অনবৰতে চিন্তা কৰে..
প্ৰেয়সীৰ খাটিৰত মা-দেউতাৰ আগত মিছা কথা কবলৈও বেয়া নাপায়, কিন্তু মা-দেউতাৰ খাটিৰত প্ৰেয়সীক মিছা মাতিব লগা হয়নে?
প্ৰেয়সীক পাবলৈ বহুতে মাক-দেউতাকক এৰি দিয়ে, পিছে মাক-দেউতাকৰ বাবে কোনোবাই প্ৰেয়সীক এৰে জানো?
প্ৰেয়সীক ৰাতি ফোন কৰি সোধে, ভাত খালানে? আজি কিহেৰে খালা? মা-দেউতাকক বাৰু এই কথা সোধেনে?
প্ৰেয়সীৰ এটা শপততে চিগাৰেট খাবলৈ এৰি দিয়ে, মাক-দেউতাকৰ হাজাৰ শপতেও সেই কাম কৰিব নোৱাৰে৷
প্ৰেয়সী ইমান মূল্যবাননে?
(সংগ্ৰহ)
No comments:
Post a Comment